Back

বিদায় বেলিকা

বিষ্ণুপ্ৰসাদ ৰাভা
November 15, 2018 · 2,458 views

বিদায় বেলিকা জুৰুলা হিয়া মোৰ

কি সতেনো গীত গাওঁ

চলচলীয়া চকুত কান্দোনৰ চাব

বিৰিঙি উঠে বেজাৰত

বেজাৰে নিৰলে চকু জুৰি মোৰ

চকুলোৰে সোঁত বোৱাই যায়

বিদায় ... ।