Back

লৈ যোৱা একেবাৰে

সীমান্ত শেখৰ
July 21, 2018 · 1,727 views

লৈ যোৱা একেবাৰে, থৈ দিয়া কাষৰতে

লৈ যোৱা একেবাৰে, থৈ দিয়া কাষৰতে

আলফুল মৰমেৰে, ক’তো দুখ নোপোৱাকে

দিলো মোৰ হিয়াত তোমাৰ নজনাকে, নজনাকে ।

নজনাকে, নজনাকে ।

লৈ যোৱা একেবাৰে ...

অ’ সময় ৰৈ যা, ৰৈ যা, ৰৈ যা ।

অ’ বতাহ লৈ যা, লৈ যা, লৈ যা ।

অ’ সময় ৰৈ যা, ৰৈ যা, ৰৈ যা ।

মোৰ ওঁঠৰ হাঁহি আজি মাথো অ’ তেওঁৰ বাবেই,

দিদিলো একেবাৰে, থৈ দিয়া কাষৰতে ...

অ’ জোনাক নামি আহ, নামি আহ, নামি আহ ।

তেওঁৰ হিয়াত প্ৰেমৰ সুৱাস ঢালি আহ ।

অ’ জোনাক নামি আহ, নামি আহ, নামি আহ ।

আৰু কৈ দিবি আছো যে মই ৰৈ তেওঁৰ বাবেই ।

দিদিলো একেবাৰে, এবাৰো নভবাবে,

আলফুল মৰমেৰে, ক’তো দুখ নোপোৱাকে

দিলো মোৰ হিয়াত তোমাৰ নজনাকে, নজনাকে ।

নজনাকে, নজনাকে ।