Back

হায়ৰে প্ৰাণেৰ বাছা মোৰ

ভূপেন হাজৰিকা
August 15, 2024 · 2,298 views

হায়ৰে প্ৰাণেৰ বাছা মোৰ

তুই কোলে নাই,

যনে দেখি তনে অন্ধকাৰ ।

আপন শিশু বুকে নাই

আমাৰ মনে সুখ নাই

পৰাণটো মোৰ কৰে হাঁহাকাৰ ।