Back

হাৱা নাই, বাতাস নাই

ভূপেন হাজৰিকা November 23, 2014 1,636 views

হাৱা নাই, বাতাস নাই

সৱ গেছে সুখ নাই

তোমাৰ বিনা কেমনে ৰহিবো

কেমনে সাগৰ হবো পাৰ ।

 

পখীৰ খাঁচা, আমাৰ বাসা

উৰি গেলʼ জীৱন-পখী

পৰি ৰৈল আশা আমাৰ

উৰি গেলʼ প্ৰাণ সোণটি

নৰৈলেক নাহি পাৰাপাৰ

কেমনে সাগৰ হবো পাৰ ।