Back

ৰক্

জুবিন গাৰ্গ February 10, 2016 1,500 views

Rock Rock Rock

Rock Rock

Rock you baby - 2

I Am Gonna Rock You Forever ...

 

পথে পথে বহু বাট বুলি

যাযাবৰ হৈ ঘূৰিলোঁ

বহু দিলোঁ বহু পালোঁ জীৱনত,

কত সপোনক চুই চালোঁ

কত সপোনক ভাঙিলোঁ

মায়াৱী মৰীচিকা খেদি ৰং ল’লোঁ,

হঁহা কন্দাৰ খেলা দেখিলোঁ

কত শত জন হেৰোৱালোঁ

তথাপিও বাৰে বাৰে ঘূৰি আহোঁ তোমাৰ কাষলে ।

 

I Am Gonna Rock You

I Am Gonna Rock You

I Am Gonna Rock You,

Rock You, Rock You

Rock You Everyday ...

 

Rock Rock Rock

Rock Rock

Rock you baby - 2

I Am Gonna Rock You Forever ...

 

যুঁজাৰু যে ম‍ই আছিলোঁ

যুঁজাৰু যে ম‍ই আজিও

নেমানোঁ একোকে সম্মুখত আগুৱামেই,

পোহৰ লৈ মোৰ দুহাতে

ফাগুন আহে মোৰ দুকাষে

ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰিমেই,

খোজে খোজে তোমাক বিচাৰোঁ

প্ৰতি পলে তোমাক সোঁৱৰোঁ

বাকী জীৱন তোমাৰ মাজতে ম‍ই সামৰোঁ ।

 

Rock Rock Rock

Rock Rock

Rock you baby - 2

I Am Gonna Rock You Forever ...