Back

ৰূপহ কোঁৱৰৰ চুমা পৰশতে

জ্যোতিপ্ৰসাদ আগৰৱালা
May 22, 2019 · 2,227 views

ৰূপহ কোঁৱৰৰ চুমা পৰশতে

লাজুকী কুঁৱৰী মৰহি যায়

সোণতে সুৱগা আহি সানি দিলে

গোলাপী গালতে ৰাঙে চৰাই

সপোনৰে সখা আহি দিলে দেখা

দিয়া সখী দিয়া হিয়া বিলাই ।।