Dancing In The Drizzle
Trying To Solve Your Riddle
I Don’t Know Where To Find You
I Am Searching In The Dark
Trying To Follow Your Spark
I Don’t Know How To Name You
Till The Moon And Back
Pouring All That I Have
Falling For You Again And Again
Dancing In The Drizzle
Trying To Solve Your Riddle
I Don’t Know Where To Find You
ক’ৰে পৰা আহি
নিজৰ কৰি ল’লি মোক
মোৰে মনত বহি নিগাজীকৈ
মনৰ খবৰ কাকত
এতিয়া প্ৰতিটো পাতত
মাথোঁ তোৰে নামৰ বাতৰি লৈ
মোৰ বুকুৰে ঘৰ ঘেৰি লৈ ফুলিছে
এটি ফুল তোৰে নামেৰে তোৰে দিশলে
বেলিমুৱা ...
ক’ৰে পৰা আহি
নিজৰ কৰি ল’লি মোক
মোৰে মনত বহি নিগাজীকৈ ...
ধপধপনিৰ ধৰফৰণিত
বৈ গ’লোঁ মই মায়া ঘূলি লৈ
ভৰা আকাশৰ তিৰবিৰণিক
কৈ দিলোঁ মই মোৰ বুলি তই
মোৰ সপোনৰ তই টোপনি
মোৰ টোপনিৰ তই শেতেলি
মোৰ ঠিকনাৰ তই পদূলি
মোৰ মৰণৰে সমাধি
মোৰ কবিতাৰ তই চিঞাহী
মোৰ ভাগৰৰ তই আহৰি
মোৰ কামনাৰ তই সঁহাৰি
মোৰ জোনাকৰে ৰজনী
মোৰ বুকুৰে ঘৰ ঘেৰি লৈ ফুলিছে
এটি ফুল তোৰে নামেৰে তোৰে দিশলে
বেলিমুৱা ...
ক’ৰে পৰা আহি
নিজৰ কৰি ল’লি মোক
মোৰে মনত বহি নিগাজীকৈ
মনৰ খবৰ কাকত
এতিয়া প্ৰতিটো পাতত
মাথোঁ তোৰে নামৰ বাতৰি লৈ
মোৰ বুকুৰে ঘৰ ঘেৰি লৈ ফুলিছে
এটি ফুল তোৰে নামেৰে তোৰে দিশলে’
বেলিমুৱা ...
লা লা লা ...