Back

কাৰ নো বীণ বাজে

বিষ্ণুপ্ৰসাদ ৰাভা January 20, 2021 1,692 views

কাৰ নো বীণ বাজে ওৰে দিন

বাজে গুণ গুণ গুণ গুণ গুণ গুণ

কাৰ নো বীণ ...

বীণ বৰাগীৰ নূপুৰ বাজে

ৰুণ জুণ জুণ জুণ জুণ জুণ

কাৰ নো বীণ ...

তালে তালে হালে জালে

পাতৰ শাৰী জিলিক মাৰে

সুৰে সুৰে কুলিয়ে গায়

গুণ গুণ গুণ গুণ গুণ গুণ

কাৰ নো বীণ ...