Back

জোনাকী ৰাতি

অংগৰাগ মহন্ত
March 3, 2016 · 2,993 views

কতে যাওঁ

কতে যাওঁ

কতে যাওঁ

কতে যাওঁ

নি ...

জোনাকী ৰাতি

কিয়নো আহি

প্ৰতিটো সুৰতো

ছবি আঁকি দি

জোনাকী ৰাতি

কিয়নো আহি ...

তোমাৰ দুচকুৱে মোক

নিশা কিয় কন্দুৱাই ?

তোমাৰ মিঠা হাঁহিটিয়ে মোক আজিও হঁহুৱাই

তোমাৰ দুচকুৱে মোক

নিশা কিয় কন্দুৱাই ?

তোমাৰ মিঠা হাঁহিটিয়ে মোক আজিও হঁহুৱাই

আজি নিশা জোনাকী পৰুৱাই

তোমাৰ ছবি কিয় উজলাই ?

পাহৰিব নোৱাৰোঁ মই তোমাক ।

ক’ত আছা তুমি আজি ?

কাক চোৱা তুমি আজি ?

কাৰ বাট চোৱা তুমি আজি ?

কাৰ গান গোৱা তুমি আজি ?

নাহিবা সপোনতে এতিয়া তুমি

কিবা বিভীষিকা আহিছে নামি ।

জোনাকী ৰাতি

কিয়নো আহি

প্ৰতিটো সুৰতো

ছবি আঁকি দি

জোনাকী ৰাতি ...