Back

জয় আলোকময়

জ্যোতিপ্ৰসাদ আগৰৱালা March 16, 2015 1,762 views

জয় আলোকময়

অনাদি-অনন্ত প্ৰসাৰী

বিশ্বজীৱন জ্যোতি 

জয় জয় সুন্দৰ

সত্য সনাতন

চিৰ প্ৰশান্ত বিশ্বপতি

কোটি বিশ্বব্যাপক

হে’ মহামনাধীপ

বিশ্বজীৱন জ্যোতি

প্ৰণতি, প্ৰণতি, প্ৰণতি ।।