Back

জয় জয় দানৱ সেৱিত মহাদেৱ

জ্যোতিপ্ৰসাদ আগৰৱালা
September 21, 2024 · 1,803 views

জয় জয় দানৱ সেৱিত মহাদেৱ

জয় জয় ত্ৰিশূলধাৰী

জয় শিৱ শংকৰ জয় জয় বিষধৰ

জয় ভীম বিভোল ভয়হাৰী ।।