Back

নদী মাথো বয়

নীলিমা খাতুন
August 12, 2016 · 1,480 views

নদী মাথো বয় কালৈকো নৰয়

বাধা দি ৰাখিব কোনে ?

অ’ ... বাধা দি ৰাখিব কোনে ?

নদী মাথো বয় কালৈকো নৰয়

বাধা দি ৰাখিব কোনে ?

অ’ ... বাধা দি ৰাখিব কোনে ?

আছে সাগৰৰে যাৰ ভাল পোৱা

আছে সাগৰৰে যাৰ ভাল পোৱা

সাগৰৰে সি মিলিব জানে

বাধা দি ৰাখিব কোনে ?

অ’ ... বাধা দি ৰাখিব কোনে ?

জাকে জাকে আহে যায় ধুমুহা

ল’ৰে জানো পাহাৰৰ ওখ গা

জাকে জাকে আহে যায় ধুমুহা

ল’ৰে জানো পাহাৰৰ ওখ গা

অ’ ধলে পাৰ ভাঙে জাঁজী ভাঙি আনে

নৈয়ে কি বিঘিনি মানে

বাধা দি ৰাখিব কোনে ?

অ’ ... বাধা দি ৰাখিব কোনে ?

মনে মনে বৰিলো তোমাকে

তুমি মোৰ আঁউসীৰে জোনাকে

মনে মনে বৰিলো তোমাকে

তুমি মোৰ আঁউসীৰে জোনাকে

মন কিয় ভাঙে ভয় কিয় জাগে

বান্ধোন চাঙিব কোনে

বাধা দি ৰাখিব কোনে ?

অ’ ... বাধা দি ৰাখিব কোনে ?

নদী মাথো বয় কালৈকো নৰয়

বাধা দি ৰাখিব কোনে ?

অ’ ... বাধা দি ৰাখিব কোনে ?

নদী মাথো বয় কালৈকো নৰয়

বাধা দি ৰাখিব কোনে ?

অ’ ... বাধা দি ৰাখিব কোনে ?

আছে সাগৰৰে যাৰ ভাল পোৱা

আছে সাগৰৰে যাৰ ভাল পোৱা

সাগৰৰে সি মিলিব জানে

বাধা দি ৰাখিব কোনে ?

অ’ ... বাধা দি ৰাখিব কোনে ?