Back

নেজানোঁ

জুবিন গাৰ্গ
February 3, 2017 · 4,551 views

নেজানোঁ ...

মন দোলে ফাগুনৰে বাত

ফুল ফুলে

অ’ পলাশ শিমলু

কি ৰং ৰঙে উতলা

নেজানোঁ ...

অ’ মই ৰূপহী নাজিতৰা

অ’ মই চুপহি মনোহৰা

অ’ পলাশ শিমলু

কি ৰং ৰঙে উতলা

নেজানোঁ ...

সৰাপাতবোৰ যেন সোঁৱৰণী

আকাশে বতাহে তাৰ আগমণি

অ’ মই লাজুকী ৰূপেচৰা

ঐ মোক মোক নেচাবি দূৰৈৰ পৰা

অ’ পলাশ শিমলু

কি ৰং ৰঙে উতলা

নেজানোঁ ... ।।