বাউলী হিয়া

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বিষ্ণুপ্ৰসাদ ৰাভা

Back
বিষ্ণুপ্ৰসাদ ৰাভা
April 15, 2021 · 1,912 views

বাউলী হিয়া মাথোঁ ইয়াত পৰি ৰ’ল

শূন্য হিয়া পাত্ৰ মোৰ প্ৰেম ৰসেৰে ভৰিল

জীৱন বীণৰ তাঁৰ জোকাৰি উঠিল

প্ৰাণে গালে শত শত বসন্তৰ গান

ঞনৰ দুটি পাহি

কৰিলেহি সৰগৰ সুখামৃত পান ।।