বুকু ভৰা

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

মালবিকা বৰা

Back
মালবিকা বৰা
January 28, 2017 · 1,693 views

বুকু ভৰা এই তৃষা/নিশা যে

আহা আহানা আঁতৰাওঁ

হিয়া দিয়া নিয়া হিয়া লোৱাৰে

আহা আহানা উটি যাওঁ

কিয়নো ৰ’বা অকলে অকলে

আহা কাষলে ।

কিয় বাৰু নাগামেই

জীৱনৰ এই মধু গান

মোহনীয়া এই দিন যে

হাঁহিৰে আহা সজাওঁ

আজিয়েই দিয়া উজাৰি হিয়া যে

আহা কাষলে ।

পাখি লাহি পখিলাই

কাণে কাণে আহি কৈ যায়

দুদিনীয়া এই জীৱন

নেথাকে জানা সদায়

আজিয়েই দিয়া উজাৰি হিয়া যে

আহা কাষলে ।।