সপোন পাৰৰ মই সপোন কুঁৱৰী

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জ্যোতিপ্ৰসাদ আগৰৱালা

Back
জ্যোতিপ্ৰসাদ আগৰৱালা
April 19, 2024 · 1,869 views

সপোন পাৰৰ মই সপোন কুঁৱৰী

অমিয়া মাধুৰী মই আনো বিচাৰি

মই যে মায়াবিনী মই যে কুহকিনী

হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি

সুখ দুখ কত চাওঁ

হাঁহো মৃদু মৃদু কৰি ।।