ৰৈ ৰৈ কেতেকী

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বিষ্ণুপ্ৰসাদ ৰাভা

Back
বিষ্ণুপ্ৰসাদ ৰাভা
February 10, 2017 · 1,784 views

ৰৈ ৰৈ কেতেকী বিনাঅ’

অমাতৰ মাত

কৰে সমনীয়া

লগে চেমনীয়া

আহ উৰণীয়া

মেলি দিওঁ হাত

অমাতৰ মাত ।

জোনবাই আনি দিম

শাৰী পাতি ওমলিম

শিতানতে শুব দিম

সোণৰ সঁজাত

অমাতৰ মাত ।