কিয় জানো আজি

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জুবিন গাৰ্গ

Back
জুবিন গাৰ্গ জুবিন গাৰ্গ, কবিতা কৃষ্ণমূৰ্তি
1992 · July 30, 2026 · 2,103 views
সুৰ: জুবিন গাৰ্গ কথা: জুবিন গাৰ্গ এলবাম: অনামিকা
Watch on YouTube

কিয় জানো আজি ইমান
মৰমৰ মৌ পাহে পাহে
তুমি গোৱা গীতৰ সুৰতো
বাৰে বাৰে মোন মন জাগে
নোপোৱা মৰমৰ
তোমাকে পাবলে
আজি নিশা দিয়া বাকি বুকুৰে মৰম

কিয় জানো আজি ইমান
মৰমৰ মৌ পাহে পাহে
তুমি গোৱা গীতৰ সুৰতো
বাৰে বাৰে মোন মন জাগে
নোপোৱা মৰমৰ
তোমাকে পাবলে
আজি নিশা দিয়া বাকি বুকুৰে মৰম

কিয় জানো আজি ইমান
মৰমৰ মৌ পাহে পাহে
তুমি গোৱা গীতৰ সুৰতো
বাৰে বাৰে মোন মন জাগে ।

তোমাৰ ... বুকুৰ উমেৰে
জ্বলাবা মোৰ এই ৰাতি
নিয়ৰ ... সৰা জোনাকৰ
আৱেগ ৰ'ব উমলি
দুচকুত আঁকি দিম
কজলা ৰাতিৰ আন্ধাৰ
দুগালে সানি দিম
সপোন মিঠা চুমা
নাথাকিব একো সোমাজত ...

কিয় জানো আজি ইমান
মৰমৰ মৌ পাহে পাহে
তুমি গোৱা গীতৰ সুৰতো
বাৰে বাৰে মোন মন জাগে ।

আকাশ ... ভৰা সপোনৰ
মাধুৰীমাৰ এই ৰাতি
জীৱন ... দেখোন হেৰালে
তোমাৰ মাজতে আজি
তুমি যেন এমুঠি
কামনাৰে ফাকু
সকলো পাহৰি
তোমাৰ কাষত আছোঁ
জোনাকী হিয়াৰ প্ৰীতি লৈ ...

কিয় জানো আজি ইমান
মৰমৰ মৌ পাহে পাহে
তুমি গোৱা গীতৰ সুৰতো
বাৰে বাৰে মোন মন জাগে
নোপোৱা মৰমৰ
তোমাকে পাবলে
আজি নিশা দিয়া বাকি বুকুৰে মৰম

কিয় জানো আজি ইমান
মৰমৰ মৌ পাহে পাহে
তুমি গোৱা গীতৰ সুৰতো
বাৰে বাৰে মোন মন জাগে
নোপোৱা মৰমৰ
তোমাকে পাবলে
আজি নিশা দিয়া বাকি বুকুৰে মৰম ।।