হিয়া দহে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জুবিন গাৰ্গ

Back
জুবিন গাৰ্গ জুবিন গাৰ্গ
1992 · July 30, 2026 · 4,314 views
সুৰ: জুবিন গাৰ্গ কথা: জুবিন গাৰ্গ এলবাম: অনামিকা
Watch on YouTube

হিয়া দহে, বুকু ভাগে
আজি দেখোন নিমিষতে
হিয়া দহে, বুকু ভাগে
আজি দেখোন নিমিষতে

কাৰ বাবে মই, উৰিছোঁ আকাশত
কিহৰ আশাৰে, মায়াবী সপোন হৈ
কাৰ বাবে মই, উৰিছোঁ আকাশত
কিহৰ আশাৰে, মায়াবী সপোন হৈ
ৰূপালী মন আলসুৱা
নেদেখে আন্ধাৰকো

হিয়া দহে, বুকু ভাগে
আজি দেখোন নিমিষতে
হিয়া দহে, বুকু ভাগে
আজি দেখোন নিমিষতে ...

হিয়া দহে, বুকু ভাগে
আজি দেখোন নিমিষতে
হিয়া দহে, বুকু ভাগে
আজি দেখোন নিমিষতে ...

কোনোবা জোনৰ, পোহৰে মাতিলে
মন গহনত, ৰঙা ৰং সিঁচিলে
কোনোবা জোনৰ, পোহৰে মাতিলে
মন গহনত, ৰঙা ৰং সিঁচিলে
সুৰে সুৰে গানে গানে
প্ৰেমৰ জোনাকী মাথোঁ

হিয়া দহে, বুকু ভাগে
আজি দেখোন নিমিষতে
হিয়া দহে, বুকু ভাগে
আজি দেখোন নিমিষতে ...

হিয়া দহে, বুকু ভাগে
আজি দেখোন নিমিষতে
হিয়া দহে, বুকু ভাগে
আজি দেখোন নিমিষতে ।।