অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জুবিন গাৰ্গ
উজাগৰী বুকুতে
নিশা মোৰ কিয় সাৰে ৰয়
নাজানানে ৰাতিয়ে
নিৰৱে মোৰ কথা কয়
উজাগৰী বুকুতে
নিশা মোৰ কিয় সাৰে ৰয়
নাজানানে ৰাতিয়ে
নিৰৱে মোৰ কথা কয়
সুৰে সুৰে গানৰ
আলোড়ন উলাহৰ
জানানে নাজানা
জানো জানো জানো
হে হে হে
উজাগৰী বুকুতে
নিশা মোৰ কিয় সাৰে ৰয়
নাজানানে ৰাতিয়ে
নিৰৱে মোৰ কথা কয় ...
তৃষ্ণাৰে দীপালি
জ্বলালা আজি মনতে
সপোনৰে ধেমালি
ৰচিলাহি আজি হিয়াতে
তৃষ্ণাৰে দীপালি
জ্বলালা আজি মনতে
সপোনৰে ধেমালি
ৰচিলাহি আজি হিয়াতে
বহু যুগৰে হেঁপাহে
আছে বাটে চাই আমালে
সোণালী চকু মেলি
উজাগৰী বুকুতে
নিশা মোৰ কিয় সাৰে ৰয়
নাজানানে ৰাতিয়ে
নিৰৱে মোৰ কথা কয় ...
উজলিলা জীৱনৰ ফাগুনৰ
এমুঠি ফুল হৈ
আকুলুৱা প্ৰাণতে
বাজি ৰলা এধানি সুৰ হৈ
উজলিলা জীৱনৰ ফাগুনৰ
এমুঠি ফুল হৈ
আকুলুৱা প্ৰাণতে
বাজি ৰলা এধানি সুৰ হৈ
আমি বেদনাৰ চাকিবোৰ
নুমুৱাই সুধিম পোহৰক
কিয় থাকা দূৰণিত
উজাগৰী বুকুতে
নিশা মোৰ কিয় সাৰে ৰয়
নাজানানে ৰাতিয়ে
নিৰৱে মোৰ কথা কয়
সুৰে সুৰে গানৰ
আলোড়ন উলাহৰ
জানানে নাজানা
জানো জানো জানো
হে হে হে
উজাগৰী বুকুতে
নিশা মোৰ কিয় সাৰে ৰয়
নাজানানে ৰাতিয়ে
নিৰৱে মোৰ কথা কয় ।।