ভাৰতবৰ্ষৰ জাতীয় সংগীত

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

ৰবীন্দ্ৰনাথ ঠাকুৰ

Back
ৰবীন্দ্ৰনাথ ঠাকুৰ
June 29, 2015 · 1,847 views

জন-গণ-মন আধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা

পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল বংগ

বিন্ধ্য হিমাচল যমুনা গংগা উচ্ছল জলধিতৰঙ্গ

তৱ শুভ নামে জাগে

তৱ শুভ আশিস মাগে

গাহে তৱ জয়গাথা

জনগণ মংগলদায়ক জয় হে ভাৰত ভাগ্য বিধাতা

জয় হে, জয় হে, জয় হে, জয় জয় জয় জয় হে॥