গানে কি আনে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জুবিন গাৰ্গ

Back
জুবিন গাৰ্গ জুবিন গাৰ্গ
1992 · May 27, 2024 · 2,505 views
সুৰ: জুবিন গাৰ্গ কথা: হীৰেন ভট্টাচাৰ্য এলবাম: অনামিকা
Watch on YouTube

গানে কি আনে
সুৰৰ সোপানে সোপানে
গানে কি সানে
ডাৱৰৰ কাণে কাণে
ৰামধেনুৰ শিতানে শিতানে
সুৰৰ সোপানে সোপানে
গানে কি আনে
সুৰৰ সোপানে সোপানে
গানে কি সানে
ডাৱৰৰ কাণে কাণে
ৰামধেনুৰ শিতানে শিতানে
সুৰৰ সোপানে সোপানে ।

সৌ আকাশৰ ... ঢৌ তোলা ... জোনাকৰ গানে
সৌ পথাৰৰ ... থোৰ মেলা ... কুমলীয়া ধানে
জানো জানে, জানো জানে ?
গানে কি আনে কি সানে
সুৰৰ সোপানে সোপানে
ৰামধেনুৰ শিতানে শিতানে
সুৰৰ সোপানে সোপানে ।

গানে শাওনৰ আকাশৰ দৰে কান্দে
গানে ৰূপহী বিজুলী চমকেৰে হাঁহে
গানে শাওনৰ আকাশৰ দৰে কান্দে
গানে ৰূপহী বিজুলী চমকেৰে হাঁহে
গানে কি আনে কি সানে
সুৰৰ সোপানে সোপানে
ৰামধেনুৰ শিতানে শিতানে
সুৰৰ সোপানে সোপানে ।

গানে কি আনে
সুৰৰ সোপানে সোপানে
গানে কি সানে
ডাৱৰৰ কাণে কাণে
ৰামধেনুৰ শিতানে শিতানে
সুৰৰ সোপানে সোপানে ।।