অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জ্যোতিপ্ৰসাদ আগৰৱালা
জাগা অভিনৱ ছন্দে
কণ্ঠে কণ্ঠে
মৌন মুগ্ধ যত শব্দ কমল দল
অৰ্ব্বুদবৃন্দে
জাগা অমৃত সুৰ বাণী পৰমানন্দে ।।