জিলিকা পাখিৰে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জ্যোতিপ্ৰসাদ আগৰৱালা

Back
জ্যোতিপ্ৰসাদ আগৰৱালা
September 6, 2015 · 1,907 views

জিলিকা পাখিৰে

অ’ সোণ ম’ৰা চৰাই

ৰঙা সেউজীয়া

তৰা ফুটুকীয়া

তোৰে গাত সবাতে

অ’ সোণ ম’ৰা চৰাই

জুৰিটিৰ পাৰতে

নাচ ঠেও ধৰি

তোৰ মৰমতে মৰোঁ

অ’ সোণ ম’ৰা চৰাই ।।