Welcome to স্বৰগম

Your Complete Assamese Music & Lyrics Archive

Ctrl+K

উত্তৰ-পূব ভাৰতৰ প্ৰদেশ অসমৰ সংগীতসমূহ হ'ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত । অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীত সমূহৰ পৰা পৃথক কৰি চিনিব পাৰি । এই সংগীত সমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাব দেখা যায় ।

বিবিধ প্ৰকাৰৰ সংগীতসমূহ:

অসমৰ জনসংখ্যাৰ বিবিধতা অনুসৰি লোকসংগীতৰো ততোধিক ভিন্নতা আছে । প্ৰত্যেক ধৰণৰ লোকসংগীততে প্ৰায়েই অন্যান্য এক বা ততোধিক সংগীতৰ প্ৰাভাৱ দেখা যায় । তলত বিভিন্ন প্ৰকাৰৰ লোকসংগীতসমূহৰ এখন সূচী দিবলৈ প্ৰয়াস কৰা হ'ল ।

কামৰূপী লোকগীত
গোৱালপাৰীয়া লোকগীত
ওজাপালি
ঝুমুৰ
বৰগীত
ঐনিতম
বিহুগীত
হুঁচৰি
বনগীত
বিয়ানাম
ভেকুলী বিয়াৰ নাম
নিচুকনি গীত
মহোহো গীত
জিকিৰ
টোকাৰি গীত
বৰফুকনৰ গীত
নাগাৰা/নেগেৰা নাম
আইনাম
অপেচৰী সবাহৰ গীত
জন্মাষ্টমী নাম
লক্ষীপূজাৰ নাম

Browse by Category

Recently Added

0

Total Songs

0

Artists

0

Total Views

Daily

Updates