কাষতে ক’লচি ল’ই
যাই অ’ ৰচকী বাই
ৰাঙঢালী ওঁঠেদি বনগীত এফাকি
জ্বলাই সুৱলা সুৰৰে এচাকি
কাষৰে ফুলনি উজ্বলাই ৰচকী বাই
মলয়াৰ চুমাৰে ক’লা চুলিটাৰি
ভূতুৰা ৰেণুৰে ঢৌ শাৰী শাৰী
যাই অ’ ৰচকী বাই ।।