মন আজি মোৰ
যাই যেন উৰি
উলাহত নাচি-নাচি
বতাহৰ বা লাগি ...
মন আজি মোৰ
যাই যেন উৰি
উলাহত নাচি-নাচি
বতাহৰ বা লাগি ...
কিয় মন মোৰো যে আজি
দূৰু দূৰু কৈ কঁপে
অজানিতে, মনে-মনে
গীতৰো সুৰে-সুৰে,
গীতৰো সুৰে-সুৰে
কিয় মন মোৰো যে আজি
দূৰু দূৰু কৈ কঁপে
অজানিতে, মনে-মনে
গীতৰো সুৰে-সুৰে,
গীতৰো সুৰে-সুৰে ...
তিয়ালে মন মোৰ আজি
পূৱাৰ নিয়ৰে আহি,
সেমেকা মনৰে পদুলি
তোমাৰ খোজৰ চিনাকি,
নিশাৰে ঘূমতি
হেৰালে ক'ৰবাত
আছা নেকি তুমি
দিশে-দিশে
আশে-পাশে
মোৰ সমীপত আহি ...
মোৰ সমীপত আহি ...
মন আজি মোৰ
যাই যেন উৰি
উলাহত নাচি-নাচি
বতাহৰ বা লাগি ...
মন আজি মোৰ
যাই যেন উৰি
উলাহত নাচি-নাচি
বতাহৰ বা লাগি ...
Hits: 3052