Show/Hide Keyboard Layout
  • অভিযাত্ৰী দূৰৈৰ যাত্ৰী
  • তৰা অ’ তৰা
  • মোৰ মন চাতকৰ কণ্ঠই
  • উটি যা ৰূপালী নাও
  • অলকানন্দা
  • আকাশ যেতিয়া সন্ধ্যা
  • পাখিতেই পাখি
  • আমাৰ কপালতে
  • আজি জাগা মোৰ মাতৃ
  • নতুন পুৰুষ
  • সুৰ নগৰীৰ সুৰৰ কুমাৰে
  • বনৰীয়া আমি
  • ফুল ফুলক
  • লৈ যোৱা একেবাৰে
  • আইলৈ মনত পৰে
  • মিঠা মিঠা কথাৰে
  • ঢৌৱে ঢৌৱে
  • অলপ হাঁহি অলপ অশ্ৰু
  • মধু দানৱ
  • অ’ অসমী আই
  • অ’ মাইজান
  • বহু ৰাতি হ’ল
  • মন আজি মোৰ
  • নিমাতী কইনা
  • সপোনত আজি
  • ফুল কুঁৱৰীৰ
  • ৰক্
  • বিস্তীৰ্ণ পাৰৰে
  • যদি কেতিয়াবা
  • অনুৰাগ

লাজৰ নাম ৰঙীন পলাশ

- মনীষা হাজৰিকা

লাজৰ নাম ৰঙীন পলাশ

প্ৰেমৰ নাম যে আকাশ

বিৰহৰ নাম তপত মৰু

মৰমৰ নাম সুবাস ।

 

এই অনুভৱ ফুলৰ দৰেই

তোমাৰ পথত দিলোঁ

মোৰ অনুৰাগ এটি সুৰ কৰি

তোমাৰ কাষত থলোঁ

আশাতো নহয় ক্ষমাহীনে

চকুলোৰে ভৰা নিৰাশ ।

 

তোমাৰ নাম যদি জুৰি থওক

কঠিন মাটিত বোৱা

নামটি ললেই বা জিৰ্ জিৰ্

সজল বতাহ বোৱা

বেয়া পাবা নেকি

পাবা নেকি তুমি

দিবানে এধানি আভাস ।

Hits: 2025