Show/Hide Keyboard Layout
  • অট’ৰিক্সা চলাওঁ
  • আহে বা নাহে
  • কাক বুলিলোঁ
  • কৌটিপতি
  • টিলাই টিলাই
  • মোৰ গানত জ্বলে
  • সোণ ৰূপেৰেও
  • কুলি কেতেকীয়ে
  • জিৰ জিৰ নিজৰি
  • আইলৈ মনত পৰে
  • নিবিড় বনে যে মাতিছে যা
  • ৰ’দৰে চিঠি (সম্পূৰ্ণ)
  • মোৰ কবিতাৰ ছন্দ লাগি
  • অ’ পূজাৰী
  • বাউলী হিয়া
  • আশা
  • কণমান বৰশীৰে চিপ
  • নাচে নয়নে
  • জোনাকৰে ৰাতি
  • মোৰ আজি সন্ধিয়াৰ
  • লগন উকলি গ’ল
  • জোনাকে
  • জন গণ
  • মাজুলীৰ এজনী
  • সাৰ পাম মই
  • আমাৰ কপালতে
  • উটি যা ৰূপালী নাও
  • উমি উমি জ্বলিছা
  • সেউজীয়া সেউজীয়া
  • মুগ্ধ হিয়া মোৰ

সোণৰ পালেঙতে

- জ্যোতিপ্ৰসাদ আগৰৱালা

সোণৰ পালেঙতে অ’ মনে তৰা

সোণৰ পালেঙতে অ’ মনে তৰা

ধুনীয়া কোঁৱৰৰ ঘুমতি নাহিলে

কপাহৰে তলিচা পৰা মনে তৰা ।

 

পদুমৰ পাহিৰে গুঁঠি দিম বিছনী

বা দিম সুৰভি ভৰা মনে তৰা

কাষতে লিগিৰী বহি নামে গাম

কোনোবা বিতোপন দেশৰে সাধু ক’ম

নিশাটো কাষতে বহি মনে তৰা

কপাহৰে তলিচা পৰা মনে তৰা

সোণৰ পালেঙতে অ’ মনে তৰা ।

Hits: 2145