Show/Hide Keyboard Layout
  • আজি তুমি নহ’লে
  • আলফুলীয়া কপৌফুল
  • আশা
  • সপোনত আজি
  • এটা কথা কোৱানা
  • তুমি কোন
  • এই কপালত
  • কোনে জানে তোমাৰ সপোন
  • ইমান ধুনীয়াকৈ
  • জয় সাগৰৰ
  • কৌটিপতি
  • মায়াৱিনী
  • অনুৰাধা (দ্বৈত)
  • প্ৰীতিৰ সুবাসে
  • দুহাততে দিছা
  • অলকানন্দা
  • দুচকুৰে নীলাৰে
  • ঢৌৱে ঢৌৱে
  • হাঁহিলে তুমি মুকুতা মণি সৰে
  • নহ’লে পৰিচয় (পু)
  • অ’ মাইজান
  • মৰা আঁউসীৰ ৰাতি
  • স্নেহে আমাৰ
  • পাৱে পৰি হৰি
  • কাৰ পৰশ
  • অ’ পূজাৰী
  • সুৰ নগৰীৰ সুৰৰ কুমাৰে
  • মোৰে মন বনতে তই
  • কাষতে ক’লচি ল’ই
  • চৰাই বনৰীয়া

ৰাতি বাঁহী বাই

- চাৰু গোঁহাই

ৰাতি বাঁহী বাই

কোনে মোক কন্দুৱায়

কেতেকীৰ পাহি ভাঙি

কোমল সুবাস সানি

মন চুই যায় ।

 

আকাশৰ ইমান তৰাই

আলফুলে চোঁৱৰ বুলাই

মোক নিচুকায়, মোক নিচুকায়

বাঁহী বাই অকাৰণে

মোক কন্দুৱায় ।

 

চিনাকী সুৰৰ বাঁহী

কোনে আজি লুকাই লুকাই

মোৰ বুকুত বজায়, মোৰ বুকুত বজায়

বাঁহীৰ সুৰেৰে মোক কন্দুৱাই

কিনো ভাল পায়, কিনো ভাল পায় ।।

Hits: 4718