Show/Hide Keyboard Layout

সাগৰিকা

- ৰিদিপ দত্ত

সাগৰিকা কিনো ক'লা

মনে মনে কিনো দিলা

উচুপি আহি মৰমতে

কি মৰম সানি দিলা

সাগৰিকা ...

যদি তুমি নিৰলে থাকি

সাচি ৰখা

হিয়াঁৰ অলেখ অযুত মৰম দিয়া ঢালি

যদি তুমি নিৰলে থাকি

সাচি ৰখা

হিয়াঁৰ অলেখ অযুত মৰম দিয়া ঢালি

মন মোৰ বিয়াকুল

ভাবি নেপাও কুল

তুমি নিৰৱ নিবিৰ নিশাতে নেমাতি গ'লা

সাগৰিকা কিনো ক'লা ...

 

মেঘ ক'লা চুলি মেলি

যেন আহিলা

তুমি আউলী বাউলী মেঘৰ দৰে খেলি

মেঘ ক'লা চুলি মেলি

যেন আহিলা

তুমি আউলী বাউলী মেঘৰ দৰে খেলি

মন মোৰ কিযে হ'ল

দোমোজাত পৰি ৰ'ল

তুমি নেজানি নেভাবি নুবুজি কিযে যাচিলা

সাগৰিকা কিনো ক'লা ...

Hits: 1869