Show/Hide Keyboard Layout
  • নিমাতী কইনা
  • সন্ধ্যা যেতিয়া
  • অ’ বিদেশী বন্ধু
  • মাহ-কৰাই
  • মিঠা মিঠা
  • কাজিৰঙা বৰ ধুনীয়া
  • নজনাকে
  • সাৰ পাম মই
  • অ’ সৰু ভনীটি
  • মোৰ ৰাগ কৰবীৰে
  • আচিনায়াং
  • নেজানোঁ
  • ঢোলৰ চাপৰ মাৰি
  • হিয়াৰ ফুলনিত যি ফুল ফুলালোঁ
  • কিয়নো নিদিয়া
  • দুখৰ ৰাতিটো যেন
  • শুভ্ৰ বলকাৰ ডেউকাত
  • অ’ আলহী আ
  • সময় গতিশীল
  • তুমি কোন
  • যদি কেতিয়াবা
  • এই কপালত
  • এইখনি গাঁও
  • অনাদি অনন্ত
  • ভয় নাই, ভয় নাই
  • সোঁৱৰণী কুৱঁলীয়ে
  • পৰ্বততে ফুলিলে
  • যি মৰম সাঁচিছিলোঁ
  • শুনা সেই গান
  • অ’ মাইজান

জোনাকী ৰাতি

- অংগৰাগ মহন্ত

কতে যাওঁ

কতে যাওঁ

কতে যাওঁ

কতে যাওঁ

নি ...

 

জোনাকী ৰাতি

কিয়নো আহি

প্ৰতিটো সুৰতো

ছবি আঁকি দি

জোনাকী ৰাতি

কিয়নো আহি ...

 

তোমাৰ দুচকুৱে মোক

নিশা কিয় কন্দুৱাই ?

তোমাৰ মিঠা হাঁহিটিয়ে মোক আজিও হঁহুৱাই

তোমাৰ দুচকুৱে মোক

নিশা কিয় কন্দুৱাই ?

তোমাৰ মিঠা হাঁহিটিয়ে মোক আজিও হঁহুৱাই

আজি নিশা জোনাকী পৰুৱাই

তোমাৰ ছবি কিয় উজলাই ?

পাহৰিব নোৱাৰোঁ মই তোমাক ।

 

ক’ত আছা তুমি আজি ?

কাক চোৱা তুমি আজি ?

কাৰ বাট চোৱা তুমি আজি ?

কাৰ গান গোৱা তুমি আজি ?

নাহিবা সপোনতে এতিয়া তুমি

কিবা বিভীষিকা আহিছে নামি ।

 

জোনাকী ৰাতি

কিয়নো আহি

প্ৰতিটো সুৰতো

ছবি আঁকি দি

জোনাকী ৰাতি ...

Hits: 2915